অর্থনীতি শনিবাৰে কমিল ডিজেলৰ দাম কিন্তু… শনিবাৰে কমিল ডিজেলৰ দাম কিন্তু… asomiyapratidin 10 Aug 2019 11:54 IST Follow UsNew Updateশনিবাৰে স্থিৰাৱস্থাতে থাকিল পেট্ৰলৰ মূল্য।ইয়াৰ বিপৰীতে হ্ৰাস পালে ডিজেলৰ মূল্য।১১ পইচাকৈ হ্ৰাস পালে প্ৰতি লিটাৰ ডিজেলত।দিল্লীত শনিবাৰে প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছে ৬৫,৬৪ টকা।আনহাতে ৭২.০৮ টকা মূল্যত বিক্ৰী হৈছে প্ৰতি লিটাৰ পেট্ৰল।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক