বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য…

বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য…

author-image
asomiyapratidin
New Update
ষষ্ঠদিনাও পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত…

  • ধাৰাবাহিকভাৱে দ্বিতীয় দিনাও বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লত ১৭ পইচাকৈ মূল্যবৃদ্ধি।
  • দেওবাৰে প্ৰতিলিটাৰ পেট্ৰলত ২৬ পইচাকৈ বৃদ্ধি পাইছিল মূল্য।
  • আনহাতে বৃদ্ধি হোৱা নাই ডিজেলৰ মূল্য।