New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/petrol-bizz-May-21.jpg)
প্ৰতিকী ফটো
- সোমবাৰে বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য।
- ইফালে বৃদ্ধি অথবা হ্ৰাস হোৱা নাই ডিজেলৰ মূল্য।
- আজি পেট্ৰ'লত বৃদ্ধি পালে ০৬ পইচা।
- সোমবাৰে গুৱাহাটী মহানগৰীত পেট্ৰ'লৰ প্ৰতিলিটাৰৰ মূল্য ৭২.৫১ টকা।
- ঠিক তেনেদৰে ডিজেলৰ প্ৰতিলিটাৰত ৬৬.৬৯ টকা।
প্ৰতিকী ফটো