New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/graphics-val-khbr.jpg)
- ধাৰাবাহিকভাৱে অষ্টম দিনাও হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- বৃহস্পতিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ১৬ পইচা।
- আনহাতে ডিজেল প্ৰতিলিটাৰত হ্ৰাস পালে ৩৪ পইচা।
- দিল্লীত বৃহস্পতিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭১.০৭ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৬৫.২২।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us