দেওবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য

দেওবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য

author-image
asomiyapratidin
New Update
পেট্ৰ’ল-ডিজেলৰ মাধমাৰ অব্যাহত…

  • দেওবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য।
  • পেট্ৰ'ল প্ৰতিলিটাৰত ৯ পইচা বৃদ্ধি।
  • আজি গুৱাহাটীত পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭১.৯৬ টকা।
  • ইফালে ডিজেলৰ মূল্যৰ কোনো ধৰণৰ সালসলনি হোৱা নাই।
  • প্ৰতিলিটাত ডিজেলৰ মূল্য ৬৮.০৯ টকা।