বুধবাৰে বৃদ্ধি পালে ইন্ধনৰ মূল্য…

বুধবাৰে বৃদ্ধি পালে ইন্ধনৰ মূল্য…

author-image
asomiyapratidin
New Update
বৃদ্ধি পালে ডিজেলৰ মূল্য…

  • আন্তঃৰাষ্ট্ৰীয় বজাৰত সৰ্বোচ্চ হৈছে খাৰুৱা তেলৰ মূল্য।
  • যাৰ প্ৰভাৱ পৰিছে ভাৰততো।
  • দিল্লীত যোৱা দুটা দিনত পেট্ৰ'ল-ডিজেলৰ মূল্য প্ৰতিলিটাৰত বৃদ্ধি পাইছে ০.৩৯ টকা।
  • বৰ্তমান ৰাজধানী চহৰখনত প্ৰতিলিটাৰ পেট্ৰ'লত ৭২.৪২ টকা আৰু ডিজেলত ৬৮.৮১ টকা হৈছেগৈ প্ৰতিলিটাৰত।
  • বুধবাৰে দিল্লী, মুম্বাই, কলকাতা আৰু চেন্নাইত বৃদ্ধি পাইছে পেট্ৰ'লৰ মূল্য।
  • বৰ্তমান চাৰিওখন মহানগৰীত পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ক্ৰমে- ৭২.৪২টকা, ৭৮.১০টকা, ৭৫.১৪টকা আৰু ৭৫.২৬টকা।