New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/petrol-2-1539134824.jpg)
প্ৰতিকী ফটো
- শনিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য।
- প্ৰতি লিটাৰ পেট্ৰ'লত ৮ পইচাকৈ বৃদ্ধি পালে।
- গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৭১.৮৭ টকা।
- ইয়াৰ পৰিৰ্ৱতে শনিবাৰে ডিজেলৰ মূল্যৰ কোনো সালসলনি হোৱা নাই।
- মহানগৰীত আজি প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৬৮.০৯ টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us