পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস

পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস

author-image
asomiyapratidin
New Update
সোমবাৰে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

  • দেওবাৰে হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ০.২১ টকা।
  • ইফালে ডিজেলৰ প্ৰতিলিটাৰত হ্ৰাস পালে ০.১৭ টকা।
  • বৰ্তমান দিল্লীত পেট্ৰ'লৰ প্ৰতিলিটাৰত ৭৮.৭৮ আৰু ডিজেলৰ প্ৰতিলিটাৰত ৭৩.৩৬ টকা হয়গৈ।
  • আনহাতে, মুম্বাইতো হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লত ০.২১ টকা আৰু ডিজেলত ০.১৮ টকা হ্ৰাস পায়।
  • মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৪.২৮ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৬.৮৮ টকা।