শনিবাৰে হ্ৰাস পালে ইন্ধনৰ মূল্য

শনিবাৰে হ্ৰাস পালে ইন্ধনৰ মূল্য

author-image
asomiyapratidin
New Update
পেট্ৰ’ল-ডিজেলৰ মাধমাৰ অব্যাহত…

  • শনিবাৰে পুনৰ হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ০.১৯ টকা।
  • ইফালে ডিজেলৰ প্ৰতিলিটাৰত হ্ৰাস পালে ০.১১ টকা।
  • বৰ্তমান দিল্লীত পেট্ৰ'লৰ প্ৰতিলিটাৰত ৭৮.৯৯ আৰু ডিজেলৰ প্ৰতিলিটাৰত ৭৩.৫৩ টকা হয়গৈ।
  • আনহাতে, মুম্বাইতো হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লত ০.১৯ টকা আৰু ডিজেলত ০.১২ টকা হ্ৰাস পায়।
  • মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৪.৪৯ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৭.০৬ টকা।