New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/petrol-jjjj.jpg)
প্ৰতিকী ফটো
- শুকুৰবাৰে পুনৰ হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ০.১৯ টকা আৰু ডিজেলত হ্ৰাস পালে ০.১৪টকা।
- বৰ্তমান দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭৯.১৮টকা হোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলৰ মূল্য হৈছেগৈ ৭৩.৬৪টকা।
- মুম্বাইতো হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- প্ৰতিলিটাৰ পেট্ৰ'লত ০.১৮টকা আৰু ডিজেলত ০.১৪টকা হ্ৰাস।
- মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৪.৬৮ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৭.১৮ টকা।