New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/petrol-bizz-May-21.jpg)
প্ৰতিকী ফটো
- মঙলবাৰে হ্ৰাস পালে পেট্ৰ'লৰ মূল্য।
- প্ৰতিলিটাৰত পেট্ৰ'লত হ্ৰাস পালে ০.০৭টকা।
- আজি প্ৰতিলিটাৰ পেট্ৰ'ল গ্ৰাহকে ক্ৰয় কৰিব লাগিব ৬৯.২১টকা।
- সোমবাৰেও হ্ৰাস পাইছিল পেট্ৰ'ল-ডিজেলৰ মূল্য।
- মঙলবাৰে হ্ৰাস নাপালে ডিজেলৰ মূল্য।
- সোমবাৰৰ দৰতেই ৬৪.১৪ টকা প্ৰতিলিটাৰ ডিজেল ক্ৰয় কৰিব লাগিব গ্ৰাহকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us