New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/petrol-bizz-May-21.jpg)
প্ৰতিকী ফটো
- শুকুৰবাৰে হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- মহানগৰীত প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ০.৪২ টকা।
- ইফালে ডিজেলৰ প্ৰতিলিটাৰত হ্ৰাস পালে ০.৪৪ টকা।
- গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য৭৫.২০ টকা।
- ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৭১.২৩ টকা
প্ৰতিকী ফটো