New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/petrol-bizz-May-21.jpg)
প্ৰতিকী ফটো
- দেওবাৰে বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য বৃদ্ধি পাই ০.২৩ টকা।
- ডিজেলৰ প্ৰতিলিটাৰত বৃদ্ধি পাই ০.২৯ টকা।
- বৰ্তমান দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লত ৭০.৯৫ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৫.৪৫ টকা।
- মুম্বাইতো বৃদ্ধি পাইছে ইন্ধনৰ মূল্য।
- প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭৬.৫৮ টকা।
- ইফালে ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য হৈছেগৈ ৬৮.৫৩ টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us