হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

author-image
asomiyapratidin
New Update
হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো

  • বৃহস্পতিবাৰে হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • দিল্লীত বৃহস্পতিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ০.১৮ টকা।
  • বৰ্তমান দিল্লীত পেট্ৰ'লৰ প্ৰতিলিটাৰত ৭৯.৩৭ আৰু ডিজেলৰ প্ৰতিলিটাৰত ৭৩.৭৮ টকা হয়গৈ।
  • আনহাতে, মুম্বাইতো হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লত ০.১৬ টকা হ্ৰাস পায়।
  • মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৪.৮৬ টকাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলৰ মূল্য হয়গৈ ৭৭.৩২ টকা।