New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/petrol-bizz-May-21.jpg)
প্ৰতিকী ফটো
- পুনৰ হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- শনিবাৰে দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ০.৩৪টকা।
- ডিজেলত প্ৰতিলিটাৰত ০.৩৭ টকা হ্ৰাস।
- ৰাজধানী চহৰখনত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭২.৫৩ টকা।
- ইফালে, মুম্বাইতো হ্ৰাস পালে ইন্ধনৰ মূল্য।
- বৰ্তমান মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লত ৭৮.০৯ টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us