New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/petrol-bizz-May-21.jpg)
প্ৰতিকী ফটো
- দেওবাৰে হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- গুৱাহাটী মহানগৰীত পুনৰ হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- আজি মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ'লত হ্ৰাস পালে ০.২১ টকা।
- ইফালে প্ৰতি লিটাৰ ডিজেলত ০.১৯ টকা হ্ৰাস পায়।
- গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৬৯.৫০ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য হয়গৈ ৬৪.৩৩ টকা।