New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/petrol-2-1539134824.jpg)
প্ৰতিকী ফটো
- আজি পুনৰ বৃদ্ধি পালে পেট্ৰ'লৰ দাম।
- প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ৮ পইচাকৈ।
- গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৭২.২০ টকা।
- তাৰ বিপৰীতে হ্ৰাস পালে ডিজেলৰ মূল্য।
- প্ৰতিলিটাৰ ডিজেলত আজি হ্ৰাস পালে ০৭ পইচাকৈ।
- প্ৰতিলিটাৰ ডিজেলৰ দাম গুৱাহাটীত ৬৭.৬৮ টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us