New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/petrol_2_1.jpeg)
- বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- সোমবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ৯ পইচাকৈ।
- আনহাতে প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ১৫ পইচাকৈ।
- অইল ইণ্ডিয়াৰ ৱেবচাইট অনুসৰি ৰাজধানী চহৰ দিল্লীত প্ৰতিলিটা পেট্ৰ'লৰ মূল্য হ'লগৈ ৭১.১২ টকা।
- প্ৰতিলিটাৰ ডিজেলৰ মূল্য হ'লগৈ ৬৬.১১ টকা।
- উল্লেখ্য যে, দেওবাৰে মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us