৭২ দিনত ভৰি দিলে পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসে

৭২ দিনত ভৰি দিলে পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসে

author-image
asomiyapratidin
New Update
হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো

  • হ্ৰাস পালে পেট্ৰ'ল ডিজেলৰ মূল্য ।
  • প্ৰতিলিটাৰ পেট্ৰ'লত ৩৬ পইচাৰ বিপৰীতে ডিজেলতো হ্ৰাস পালে ৩৬ পইচাকৈ।
  • একেৰাহে ৭২ দিন ধৰি হ্ৰাস পাই আহিছে পেট্ৰল ডিজেলৰ মূল্য ।
  • ৭২ দিনত পেট্ৰ'লত মুঠ ১৩ টকা ৬৮ পইচা হ্ৰাস পোৱাৰ লগতে ডিজেলত হ্ৰাস পাইছে ১২ টকা ১৯ পইচা।
  • আজি দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৭০.১৮ টকা আৰু ডিজেলৰ মূল্য ৬৫.৮৭ টকা ।