New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/petrol-bizz-May-21.jpg)
প্ৰতিকী ফটো
- একেৰাহে ৩ দিন ধৰি হ্ৰাস পালে পেট্ৰ'লৰ মূল্য ।
- শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ১০ পইচাকৈ ।
- বৰ্তমান গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত ৭০.৩৩ টকা।
- শনিবাৰেও হ্ৰাস পাইছিল পেট্ৰ'লৰ মূল্য ।
- শুকুৰবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পাইছিল ১৫ পইচাকৈ।
- আনহাতে ডিজেলৰ মূল্য অপৰিৱৰ্তিত ।
- বৰ্তমান গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৬.১৫ টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us