শনিবাৰৰ পেট্ৰ’ল-ডিজেলৰ মূল্য…

শনিবাৰৰ পেট্ৰ’ল-ডিজেলৰ মূল্য…

author-image
asomiyapratidin
New Update
হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো

  • শনিবাৰেও হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লত ১৫ পইচা আৰু ডিজেলত ২০ পইচাকৈ হ্ৰাস।
  • শুকুৰবাৰেও হ্ৰাস পাইছিল পেট্ৰ'ল-ডিজেলৰ মূল্য ।
  • ইণ্ডিয়ান অইলৰ ৱেবচাইট অনুসৰি বৃহস্পতিবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৬৮.২৯ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৬২.২৬ টকা ।