আজিও হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

আজিও হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

author-image
asomiyapratidin
New Update
বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো

  • হ্ৰাস পালে পেট্ৰ'ল ডিজেলৰ মূল্য।
  • সোমবাৰে প্ৰতি লিটাৰ পেট্ৰলত ২১ পইচা আৰু ডিজেলত ১৮ পইচাকৈ হ্ৰাস।
  • সোমবাৰে দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৬৯.৮৬ টকা আৰু ডিজেলৰ মূল্য ৬৩.৮৩ টকা।
  • ২০১৮ বৰ্ষত কলকতা,মুম্বাই, চেন্নাইত পেট্ৰলৰ এয়াই হৈছে আটাইতকৈ কম মূল্য।