New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/194b4768fa75bc8de0d2258e739fb66b.jpg)
- মঙলবাৰেও বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য।
- আজি পেট্ৰ'লত ৭ পইচা আৰু ডিজেলত ১১ পইচাকৈ বৃদ্ধি পালে।
- আজি গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৭১.৭৯ টকা।
- আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৬৮.২০ টকা।
- দেওবাৰৰ দিনটোত পেট্ৰ'লৰ মূল্য আছিল ৭১.৭২ টকা আৰু ডিজেলৰ মূল্য আছিল ৬৮.০৯ টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us