New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/petrolnew-ki6H-621x414@LiveMint.jpg)
ফাইল ফটো
- মঙলবাৰে ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে পেট্ৰ'লৰ মূল্যৰ কোনোধৰণৰ পৰিবৰ্তন হোৱা নাই।
- আজিৰ দিনটোত গুৱাহাটীত ডিজেলত ১২ পইচা হ্ৰাস পালে।
- মহানগৰীত আজিৰ দিনটোত পেট্ৰ'লৰ মূল্য ৭২.৩৬ টকা আৰু ডিজেলত ৬৭.৩১ টকা।
- সোমবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম আছিল ৭২.৩৬ টকা আৰু ডিজেলত আছিল ৬৭.৪৩ টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us