New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/616280-petrol2-afp.jpg)
প্ৰতীকি ফটো
- দেওবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'লৰ দাম।
- প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ৮ পইচাকৈ।
- গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৭২.২৮ টকা।
- ইয়াৰ বিপৰীতে আজি ৯ পইচাকৈ হ্ৰাস পালে প্ৰতিলিটাৰ ডিজেলৰ দাম।
- গুৱাহাটীত আজি প্ৰতিলিটাৰ ডিজেলৰ দাম ৬৭.৫৯ টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us