অর্থনীতি পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি… পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি… asomiyapratidin 16 Feb 2019 10:29 IST Follow UsNew Updateআজি পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। প্ৰতিলিটাৰ পেট্ৰ'লত ১৪ পইচাকৈ বৃদ্ধি।প্ৰতিলিটাৰ ডিজেলতো ১৪ পইচাকৈ বৃদ্ধি পালে।গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৭০.০৭ টকা।আনহাতে ৬৬.৩১ টকা হ'লগৈ প্ৰতিলিটাৰ ডিজেলৰ মূল্য।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক