New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/petrol-2-1539134824.jpg)
প্ৰতিকী ফটো
- মঙলবাৰে বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য।
- পেট্ৰ'লত ১০ পইচা আৰু ডিজেলত ৭ পইচাকৈ বৃদ্ধি পালে।
- মঙলবাৰে গুৱাহাটী মহানগৰীত পেট্ৰ'লৰ মূল্য ৭০.০৮ টকা আৰু ডিজেলৰ মূল্য ৬৪.৮৯ টকা।
- সোমবাৰে গুৱাহাটীত পেট্ৰ'লৰ মূল্য আছিল ৬৯.৯৮ টকা আৰু ডিজেলৰ মূল্য আছিল ৬৪.৮২ টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us