হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…

হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…

author-image
asomiyapratidin
New Update
ষষ্ঠদিনাও পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত…

ডিজিটেল ডেস্কঃ ধাৰাবাহিকভাৱে ৬ টা দিন ধৰি হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য। মঙলবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত ৭ পইচা আৰু ডিজেল প্ৰতিলিটাৰত ২০ পইচাকৈ হ্ৰাস পাইছে। মঙলবাৰে ৰাজধানী দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭১.২৩ টকা আৰু ডিজেলৰ মূল্য ৬৫.৫৬ টকা।

চাওক আজিৰ দিনটোত দেশৰ বিভিন্ন চহৰত পেট্ৰ'ল-ডিজেলৰ মূল্য