New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/graphics-val-khbr.jpg)
ডিজিটেল ডেস্কঃ পেট্ৰ'ল-ডিজেলৰ ধাৰাবাহিক মূল্যবৃদ্ধিৰ মাজতে বিগত ৩ দিন ধৰি জনসাধাৰণে কিছু সকাহ পাইছে। কিয়নো বিগত ৩ টা দিনত স্থিৰ মূল্যত আছে পেট্ৰ'ল আৰু ডিজেলৰ দাম। ইয়াৰ পূৰ্বে ১৯ জুলাইত প্ৰতি লিটাৰ পেট্ৰ'লত ৮ পইচাকৈ বৃদ্ধি পাইছিল। ইয়াৰ পিছৰে পৰা বৃদ্ধি হোৱা নাই পেট্ৰ'ল-ডিজেলৰ মূল্য।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us