মঙলবাৰেও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…

মঙলবাৰেও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…

author-image
asomiyapratidin
New Update
১৩দিনঃ ধাৰাবাহিকভাৱে বাঢ়িয়েই আছে পেট্ৰ’ল-ডিজেলৰ মূল্য…

  • বিগত কিছুদিন ধৰি অসমত বৃদ্ধি পাই আছে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • মঙলবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰলত ২৮ পইচা।
  • আনহাতে ডিজেলত ৫৫ পইচা বৃদ্ধি পাইছে।
  • প্ৰতিলিটাৰ পেট্ৰ'লত মঙলবাৰে গুৱাহাটীত ৮৪.৩১ টকা।
  • ঠিক তেনেদৰে ডিজেলত প্ৰতিলিটাৰৰ মূল্য ৭৮.৫২ টকা।
  • ইফালে দিল্লীতো প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ৫৫ পইচা।
  • আনহাতে ডিজেলত বৃদ্ধি পালে ২৮ পইচা।
  • দিল্লীত মঙলবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭৯.৪০ টকা।
  • ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৯.৭৬ টকা।