১৩দিনঃ ধাৰাবাহিকভাৱে বাঢ়িয়েই আছে পেট্ৰ’ল-ডিজেলৰ মূল্য…

১৩দিনঃ ধাৰাবাহিকভাৱে বাঢ়িয়েই আছে পেট্ৰ’ল-ডিজেলৰ মূল্য…

author-image
asomiyapratidin
New Update
১৩দিনঃ ধাৰাবাহিকভাৱে বাঢ়িয়েই আছে পেট্ৰ’ল-ডিজেলৰ মূল্য…

ডিজিটেল ডেস্কঃ ধাৰাবাহিকভাৱে অব্যাহত আছে পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি। বিগত প্ৰায় ১৩দিনত প্ৰতিদিনেই বৃদ্ধি পোৱা ইন্ধনৰ এনে মূল্যবৃদ্ধিক লৈ এতিয়া চিন্তিত জনতা। শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰলত বৃদ্ধি পালে ৫৬পইচা আৰু প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পালে ৬৩পইচাকৈ। উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰেও প্ৰতিলিটাৰ পেট্ৰলত ৫৩পইচা আৰু ডিজেল প্ৰতি লিটাৰত ৬৪ পইচাকৈ বৃদ্ধি পাইছিল।