অর্থনীতি ৰাষ্ট্ৰীয় বৃদ্ধি পালে ডিজেলৰ মূল্য… বৃদ্ধি পালে ডিজেলৰ মূল্য… asomiyapratidin 20 Jul 2020 08:56 IST Follow UsNew Updateদেশৰ কেইবাখনো ৰাজ্যত সোমবাৰে বৃদ্ধি পালে ডিজেলৰ মূল্য।প্ৰতিলিটাৰত ১০-১২পইচাকৈ বৃদ্ধি পাইছে।ইফালে স্থিৰাৱতাতে আছে পেট্ৰ'লৰ মূল্য।সোমবাৰৰ দিনটোত দিল্লীত প্ৰতিলিটাৰ পেট্ৰলৰ দাম ৮০.৪৩হোৱাৰ বিপৰীতে ডিজেলৰ দাম ৮১.৬৪টকা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক