New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/petrol-bizz-May-21.jpg)
প্ৰতিকী ফটো
- দেওবাৰে বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য।
- গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য আজি ৭০.৫৬টকা।
- গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ০.৩১টকা।
- ইয়াৰ বিপৰীতে ডিজেলৰ প্ৰতিলিটাৰত বৃদ্ধি পালে ০.২৭ টকা।
- বৰ্তমান গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলত ৬৬.৭৩ টকা।
- বিগত কিছুদিন ধৰি সলনি হৈ আছে প্ৰেট্ৰ'ল আৰু ডিজেলৰ মূল্য।