অর্থনীতি বৃহস্পতিবাৰে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য… বৃহস্পতিবাৰে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য… asomiyapratidin 29 Aug 2019 11:57 IST Follow UsNew Updateবৃহস্পতিবাৰে হ্ৰাস পালে পেট্ৰলৰ মূল্য।প্ৰতিলিটাৰ পেট্ৰলত হ্ৰাস পালে ৬ পইচাকৈ।আনহাতে বৃহস্পতিবাৰে হ্ৰাস পালে ডিজেলৰ দামো।প্ৰতিলিটাৰত হ্ৰাস পালে ৫ পইচাকৈ।দিল্লীত আজি প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৭২.০১ টকাৰ বিপৰীতে ডিজেলৰ মূল্য ৬৫.৩০ টকা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক