New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/petrolnew-ki6H-621x414@LiveMint.jpg)
ফাইল ফটো
- শনিবাৰে হ্ৰাস পালে পেট্ৰ'লৰ মূল্য।
- ধাৰাবাহিভাৱে তৃতীয়দিনাত ভৰি দিলে পেট্ৰ'ল মূল্য হ্ৰাসে।
- শনিবাৰে প্ৰতি লিটাৰ পেট্ৰ'লত কমিল ৫ পইচাকৈ।
- যোৱা শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰ'লত ৬ পইচাকৈ হ্ৰাস পাইছিল।
- দিল্লীত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭৩.২৪ টকা।
- আনহাতে ডিজেলৰ মূল্যত হোৱা নাই কোনো পৰিৱৰ্তন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us