/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/petrol_2_1.jpeg)
ডিজিটেল ডেস্কঃ ধাৰাবাহিকভাৱে বিগত ৮ দিন ধৰি পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ পাচত যোৱা বুধবাৰে স্থিৰাৱস্থাত আছিল মূল্য। কিন্তু এদিনৰ পাচতে পুণৰ বাঢ়িল পেট্ৰল-ডিজেলৰ মূল্য। বৃহস্পতিবাৰে প্ৰতি লিটাৰ পেট্ৰলত ৬ পইচা আৰু ডিজেল প্ৰতি লিটাৰত বাঢ়িল ৭ পইচাকৈ। এই মূল্যবৃদ্ধিৰ পিচতে ৰাজধানী চহৰ দিল্লীত প্ৰতিলিটাৰ পেট্ৰলৰ দাম ৭৪.১৯ টকা আৰু ডিজেলৰ মূল্য হলগৈ ৬৭.১৪ টকা।