New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/petrol-prices_660_082818012518.jpg)
প্ৰতিকী ফটো
- ৪ দিনৰ অন্তত পুনৰ বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য।
- মঙলবাৰে প্ৰতি লিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ৬ পইচাকৈ।
- আনহাতে কলকাতাত প্ৰতি লিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ১০ পইচাকৈ।
- ৰাজধানী দিল্লীত মঙলবাৰে প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৭৩.৮৭ টকা।
- আনহাতে ডিজেলৰ মূল্যত হোৱা নাই কোনো সালসলনি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us