শুকুৰবাৰে হ্ৰাস পালে…

শুকুৰবাৰে হ্ৰাস পালে…

author-image
asomiyapratidin
New Update
নিবনুৱাসকলৰ বাবে সুখবৰঃ ডাক বিভাগত ওলাইছে চাকৰি…

ডিজিটেল ডেস্কঃ পেট্ৰল-ডিজেলৰ বৰ্দ্ধিত মূল্যই ৰেকৰ্ড সৃষ্টি কৰাৰ পাচতে বিগত ৩ দিন ধৰি কিছু সকাহ পাইছে জনসাধাৰণে। বিগত ৩ টা দিনত বৃদ্ধি হোৱা নাই পেট্ৰলৰ মূল্য। ৰাজধানী চহৰ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য হৈছে ৭৩.২৭ টকা। পেট্ৰ'লৰ মূল্য স্থিৰাৱস্থাৰ মাজতে শুকুৰবাৰে হ্ৰাস পালে ডিজেলৰ মূল্য। প্ৰতি লিটাৰ ডিজেলত হ্ৰাস পালে ১০ পইচাকৈ। দিল্লীত বৰ্তমান ডিজেল প্ৰতি লিটাৰৰ মূল্য হৈছে ৬৬.৩১ টকা।