বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য…

বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য…

author-image
asomiyapratidin
New Update
বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো

  • ধাৰাবাহিকভাৱে দ্বিতীয়দিনাও বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য।
  • শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰলত বৃদ্ধি পালে ৭ পইচাকৈ।
  • আনহাতে ডিজেল প্ৰতি লিটাৰত বৃদ্ধি পালে ৯ পইচাকৈ।
  • বৰ্দ্ধিত মূল্যৰ সৈতে শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ দাম হলগৈ ৭১.৮৯ টকা।
  • আনহাতে প্ৰতিলিটাৰ ডিজেলৰ দান হলগৈ ৬৫.২৮ টকা।