অর্থনীতি মুখ্য-পৃষ্ঠা পঞ্চম দিনাও গ্ৰাহকলৈ সকাহ, হ্ৰাস পালে… পঞ্চম দিনাও গ্ৰাহকলৈ সকাহ, হ্ৰাস পালে… asomiyapratidin 13 Jul 2019 10:27 IST Follow UsNew Updateপঞ্চম দিনাও গ্ৰাহকলৈ সকাহ।দেশত পেট্ৰ'লৰ মূল্য অপৰিৱৰ্তিত, ডিজেলৰ মূল্য হ্ৰাস।প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৭২.৯০ টকাত স্থিৰ।আনহাতে প্ৰতিলিটাৰ ডিজেলত ১০ পইচাকৈ হ্ৰাস।বৰ্তমান প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৬.২৪ টকা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক