শুকুৰবাৰে বৃদ্ধি হোৱা নাই পেট্ৰ’ল-ডিজেলৰ মূল্য

শুকুৰবাৰে বৃদ্ধি হোৱা নাই পেট্ৰ’ল-ডিজেলৰ মূল্য

author-image
asomiyapratidin
New Update
হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো

  • শুকুৰবাৰে বৃদ্ধি হোৱা নাই পেট্ৰ'লৰ মূল্য।
  • গুৱাহাটীত শুকুৰবাৰে পেট্ৰ'লৰ প্ৰতিলিটাৰত ৭২.৭৮ টকা।
  • ইফালে ডিজেলৰো বৃদ্ধি হোৱা নাই মূল্য।
  • গুৱাহাটী মহানগৰীত শুকুৰবাৰে ডিজেলৰ প্ৰতিলিটাৰত ৬৬.৭৭ টকা।