New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/petrol-bizz-May-21.jpg)
প্ৰতিকী ফটো
- শনিবাৰেও হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- প্ৰতিলিটাৰ পেট্ৰ'লত ৩০ পইচা আৰু ডিজেলত ৩২ পইচা হ্ৰাস।
- দিল্লীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৬৯.২৬ টকা।
- আনহাতে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৩.৩০ টকা ।
- শুকুৰবাৰেও পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস পাইছিল।