New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/petrol-diesel-price-again-hike.jpg)
- পুনৰ বৃদ্ধি পেট্ৰ'ল, ডিজেলৰ মূল্য।
- দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লত ৬২ পইচা বৃদ্ধি পালে।
- প্ৰতিলিটাৰ ডিজেলত বাঢ়িলে ৬৪ পইচা।
- দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭৫.৭৮ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৪.০৩ টকা।
- গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত ৭৪.২৬ টকা।
- প্ৰতিলিটাৰত বৃদ্ধি পাইছে ৩৩ পইচা।
- গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৪.২৬ টকা।
- গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পাইছে ৩৩ পইচা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us