অর্থনীতি গুৱাহাটী বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য asomiyapratidin 03 Jan 2019 09:22 IST Follow UsNew Updateবৃহস্পতিবাৰে বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।আজি প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ৭ পইচাকৈ।গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৬৮.১৩ টকা।প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ৬ পইচাকৈ।আজি গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৩.০০ টকা ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক