গ্ৰাহকক পুনৰ মাধমাৰ, বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

গ্ৰাহকক পুনৰ মাধমাৰ, বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

author-image
asomiyapratidin
New Update
ব্যৱসায়িক বন্ধৰ মাজতে সুখবৰ, দিনৰ ১২ বজাৰ পৰা খুলিব পেট্ৰ’ল পাম্প

প্ৰতীকি ফটো

  • শুকুৰবাৰে বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য বৃদ্ধি পালে ০.৩৩ টকা।
  • ডিজেলৰ প্ৰতিলিটাৰত বৃদ্ধি পালে ০.৪১ টকা।
  • বৰ্তমান গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত ৭১.২০ টকা।
  • প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৬.৮৫ টকা।