New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/387566-petrol-pump-new.jpg)
- গুৱাহাটীত দেওবাৰে পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭৪.০৮ টকা।
- শনিবাৰে এই মূল্য আছিল ৭৪.৪৩ টকা।
- গুৱাহাটীত দেওবাৰে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৭.৪৪ টকা।
- শনিবাৰে এই মূল্য আছিল ৬৭.৮০ টকা।
- বিগত কিছুদিন ধৰি গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইন্ধনৰ মূল্যৰ তাৰতম্য ঘটি আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us