New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/433235-petrol-diesel-price1.jpg)
প্ৰতীকি ফটো
- গুৱাহাটীত বুধবাৰে পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭৪.০২ টকা।
- মঙলবাৰেও এই মূল্য একেই আছিল।
- গুৱাহাটীত বুধবাৰে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৭.৩৫ টকা।
- মঙলবাৰেও এই মূল্য একেই আছিল।
- বিগত কিছুদিন ধৰি গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইন্ধনৰ মূল্যৰ তাৰতম্য ঘটি আছে।
- মূল্য দৈনিক হ্ৰাস-বৃদ্ধি হৈ আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us