অর্থনীতি গুৱাহাটী পুনৰ হ্ৰাস পেট্ৰ’ল-ডিজেলৰ মূল্য পুনৰ হ্ৰাস পেট্ৰ’ল-ডিজেলৰ মূল্য asomiyapratidin 07 Dec 2018 09:44 IST Follow UsNew Updateপ্ৰতিকী ফটো পুনৰ হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য ।প্ৰতিলিটাৰ পেট্ৰ'লত ৬৫ পইচাকৈ হ্ৰাস ।প্ৰতিলিটাৰ ডিজেলত হ্ৰাস পালে ৪২ পইচাকৈ ।গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭০.৫১ টকা ।প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৫.৯৬ টকা ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক