পুনৰ হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

পুনৰ হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

author-image
asomiyapratidin
New Update
ব্যৱসায়িক বন্ধৰ মাজতে সুখবৰ, দিনৰ ১২ বজাৰ পৰা খুলিব পেট্ৰ’ল পাম্প

প্ৰতীকি ফটো

  • পুনৰ হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • বৃহস্পতিবাৰে দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস হয় ০.২১ টকা।
  • ইফালে ডিজেলৰ প্ৰতিলিটাৰত ০.১৮ টকা হ্ৰাস।
  • বৰ্তমান দিল্লীত পেট্ৰ'লৰ প্ৰতিলিটাৰত ৭৮.২১ টকা হোৱাৰ বিপৰীতে ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭২.৮৯ টকা।
  • মুম্বাইতো হ্ৰাস পাইছে ইন্ধনৰ মূল্য।
  • মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস হয় ০.২০ টকা।
  • ইফালে ডিজেলৰ প্ৰতিলিটাৰত ০.১৯ টকা হ্ৰাস।
  • মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৩.৭২ টকা আৰু ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৬.৩৮ টকা।