New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/616280-petrol2-afp.jpg)
প্ৰতীকি ফটো
- দেওবাৰে পুনৰ হ্ৰাস পেট্ৰ'ল-ডিজেলৰ মূল্য।
- প্ৰতিলিটাৰ পেট্ৰ'লত ২৩ পইচা আৰু ডিজেলত ২৪ পইচা হ্ৰাস।
- গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৬৮.৪৩ টকা।
- আনহাতে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৩.৩৬ টকা।
- শনিবাৰেও পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস পাইছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us